Showing posts with label Assamese Proverb. Show all posts
Showing posts with label Assamese Proverb. Show all posts

Thursday, September 20, 2012

Assamese Proverb - সাতোৰ সাতোৰ নিজ বাহু বলে, সাতুৰিব নোৱাৰিলে যা ৰসাতলে

Assamese Proverb - সাতোৰ সাতোৰ নিজ বাহু বলে, সাতুৰিব নোৱাৰিলে যা ৰসাতলে

Tuesday, March 20, 2012

Sunday, March 4, 2012

Assamese Proverb - অতিপাত শলাগণি ফুচুলনিৰ চিন, আপুনি আতৰি যাবা তাক কৰি ঘিণ

Assamese Proverb -
অতিপাত শলাগণি ফুচুলনিৰ চিন, আপুনি আতৰি যাবা তাক কৰি ঘিণ 

Tuesday, February 21, 2012

Assamese Proverb - ডাকৰ বচন

Assamese Proverb
চাউল দিবা জেতেক-পেতেক,
পানী দিবা তিনি তেতেক,
যেবে দেখিবা নিসিজে চাউল,
তেবে বুলিবা ডাকক বাউল (ডাকৰ বচন)

Saturday, February 18, 2012

Comment